মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ পৰ্যটন বিভাগ

বুৰঞ্জী

  • ১৯৫৮চনত অসম পৰ্য্টন বিভাগৰ প্ৰতিষ্ঠা কৰা হৈছিল। আৰম্ভনিৰে পৰা প্ৰত্যাহ্বানপূৰ্ণ বহু দুৰ বাট অতিক্ৰম কৰাৰ অন্তত ৰাজ্যৰ পৰ্য্যটন বিভাগক আৰ্থ-সামাজিক উন্নয়নৰ ব্যাপক সম্ভাৱনাপূৰ্ণ যন্ত্ৰ হিচাপে আজিৰ বিশ্বই আকোৱালি লৈছে। পৰ্য্যটন উন্নয়নৰ উদ্দেশ্যৰে যিবোৰ প্ৰকল্পৰ বিপৰিতে কেন্দ্ৰ তথা ৰাজ্য চৰকাৰে আৰ্থিক সাহাৰ্য্য প্ৰদান কৰে সেইবোৰ প্ৰকল্প ৰূপায়নৰ অগ্ৰাগতিৰ বিষয়ে পৰ্য্যটন বিভাগ নিৰিক্ষণ কৰাৰ বাবে দায়বদ্ধ।